চম্পট (Assamese) [ Roman: som.pot]
    Contributed by: Anjali Sonowal on 2009-12-03
    1. (Verbal Noun) the act of fleeing/escape. পলোৱা বা সাৰি যোৱা কাৰ্য্য।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-30
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) to hit something and with great force. মেলা হাতেৰে বা হাতৰ তলুৱাৰে কিহবাৰ ওপৰত আঘাত কৰা|