ঢকা (Assamese) [ Roman: dho.ka]
    Contributed by: Ranjita Pegu on 2007-02-25
    1. (Abstract Noun) to hit something and with great force. মেলা হাতেৰে বা হাতৰ তলুৱাৰে কিহবাৰ ওপৰত আঘাত কৰা|

    Example Sentences:

    1. তাই মোৰ পিঠিত খুব জোৰেৰে ঢকা মাৰিলে।

    Higher Magnitude:

    a. Abstract Noun: whackwhamবাঘ-ঢকা...