कक्षा (Hindi) [ Roman: kak.sha]
Contributed by: Bornaly Hazarika on 2011-03-16
1. (Abstract Noun) the path, usually elliptical, described by a planet, satellite, spaceship, etc., around a celestial body, as the sun. সূৰ্য্যৰ দৰে মহাজাগতিক কোনো অস্তিত্বক গ্ৰহ, উপগ্ৰহ, মহাকাশ যান আদিয়ে প্ৰদক্ষিণ কৰা, সাধাৰণতে অধিবৃত্তাকাৰ এক পথ
Contributed by: Bornaly Hazarika on 2011-03-16
2. (Abstract Noun) a group of students meeting regularly to study a subject under the guidance of a teacher শিক্ষকৰ তত্ত্বাৱধানত কোনো এটা বিষয় অধ্যয়ন কৰাৰ বাবে নিয়মীয়াকৈ গোট খোৱা ছাত্ৰৰ এটা দল