শ্ৰেণী (Assamese) [ Roman: sre.ni]
    Contributed by: Bikram M Baruah on 2006-03-30
    1. Mathematics(Abstract Noun) a collection of numbers, one derived from the previous one(s) in the sequence by a certain predefined rule কোনো নিৰ্দ্দিষ্ট নিয়ম অনুসৰি এটাৰ পৰা তাৰ পিছৰটোক পাব পৰা সংখ্যাৰ এক ক্ৰম
    2. (Abstract Noun) a group of students meeting regularly to study a subject under the guidance of a teacher শিক্ষকৰ তত্ত্বাৱধানত কোনো এটা বিষয় অধ্যয়ন কৰাৰ বাবে নিয়মীয়াকৈ গোট খোৱা ছাত্ৰৰ এটা দল
    Contributed by: Biraj Kumar Kakati on 2006-03-30
    3. (Abstract Noun) Similar things placed in order or happening one after another. এটাৰ পিচত আনটোকৈ ঘটিব ল’গা একে ধৰণৰ বস্তুৰ অনুক্ৰমিক থূপ|

    শ্ৰেণী (Bangla) [ Roman: shreni]
    Contributed by: Satabdi Dutta on 2022-10-16
    4. (Abstract Noun) a group of students meeting regularly to study a subject under the guidance of a teacher শিক্ষকৰ তত্ত্বাৱধানত কোনো এটা বিষয় অধ্যয়ন কৰাৰ বাবে নিয়মীয়াকৈ গোট খোৱা ছাত্ৰৰ এটা দল