नाटक (Bodo) [ Roman: na.tok]
    Contributed by: Karishma Boro on 2023-05-03
    1. Drama(Abstract Noun) the art, profession, or activity of those who perform in stage plays, motion pictures, etc. মঞ্চনাট, চলচিত্ৰ আদিত অংশ লোৱা ব্যক্তিসকলৰ কলা, বৃত্তি বা কাৰ্য্য

    नाटक (Hindi) [ Roman: na.tak]
    Contributed by: Anindita Saikia on 2022-11-14
    2. Performing Art(Abstract Noun) A prose or verse composition, especially one telling a serious story, that is intended for representation by actors impersonating the characters and performing the dialogue and action. গদ্য বা কাব্য ৰচনা, বিশেষকৈ এটা ভাৱ-গম্ভীৰ কাহিনী থকা, যাৰ চৰিত্ৰসমূহ ৰূপায়ন কৰি সংলাপ আৰু অভিনয়ৰ জৰিয়তে সঁচা ৰূপত চিত্ৰিত কৰিব পৰা যায় ৷

    नाटक (Nepali)
    Contributed by: Sitaram Upadhyaya on 2015-10-17
    3. Drama(Abstract Noun) the art, profession, or activity of those who perform in stage plays, motion pictures, etc. মঞ্চনাট, চলচিত্ৰ আদিত অংশ লোৱা ব্যক্তিসকলৰ কলা, বৃত্তি বা কাৰ্য্য