অলবত (Assamese) [ Roman: ol.bot]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-25
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Adverb) sth determined, specified or decided earlier to happen/do. হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।