☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
জৰুৰ
(Assamese)
[
Roman:
jo.rur]
Contributed by:
Probodh Borah (প্ৰবোধ বৰা)
on 2012-08-08
1.
(Adverb)
sth determined, specified or decided earlier to happen/do. হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।
English:
certainly
definitely
incontrovertibly
indubitably
inevitably
must
surely
unambiguously
unequivocally
Assamese:
অলবত
অসংশয়ে
অৱশ্য
খাটাংকৈ
ছিদাংকৈ
জৰুল
জৰুৰ
ঠাৰি
ঠাৱৰকৈ
থিৰাংকৈ
দ্ব্যৰ্থহীনভাৱে
ধূৰুপকৈ
নিঃসন্দেহে
নিতান্ত
নিশ্চিতভাৱে
নিশ্চিতৰূপে
নিশ্চয়
নিশ্চয়কৈ
নিশ্চয়ে
নিশ্চয়ৰূপে
নিসন্দেহে
Nagamese:
pakka
Nepali:
गर्नै पर्ने
TAI-Khamti:
kang
Different POS:
a. Proper Adj.-Common:
certain
decided
definite
fixed
sure
...
b. Abstract Noun:
assurance
certainty
certitude
confidence
ঠিকনা
...
Contributed by:
Biraj Kumar Kakati
on 2009-06-29
2.
(Proper Adj.-Common)
Something that needs immediate attention and action. বৰ আৱশ্যকীয় আৰু পলম কৰিব নোৱাৰা ধৰণৰ ৷
English:
urgent
Assamese:
জৰুল
জৰুৰ
জৰুৰী
তৎপৰ
Bodo:
गोनांथार
Khasi:
ba kyntur
Different POS:
a. Abstract Noun:
urgency
অত্যাৱশ্যকতা
তৎপৰতা
...