আদ্য (Assamese) [ Roman: a.dyo]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-21
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Proper Adj.-Common) Earliest in order, rank, series, etc. যিকোনো শৃঙ্খল, অৱস্থান বা শাৰী আদিৰ একেবাৰে আগত থকা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-21
    2. (Proper Adj.-Common) Of or relating to the foundation or base ভেঁটি বা মূলাধাৰৰ বা তাৰ সৈতে সম্পৰ্ক থকা