আচাক (Rabha)
    Contributed by: Pranati Rabha on 2021-10-24
    1. (Proper Adj.-Common) Earliest in order, rank, series, etc. যিকোনো শৃঙ্খল, অৱস্থান বা শাৰী আদিৰ একেবাৰে আগত থকা
    Contributed by: Pranati Rabha on 2021-10-24
    2. (Abstract Noun) the time at which something is brought in action or the act of bringing something into action কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো