আশী (Assamese) [ Roman: a.xi]
    Contributed by: Biraj Kumar Kakati on 2007-02-14
    1. Zoology(Common Noun-Common) any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas. উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
    Contributed by: ৰূপকমল on 2007-02-14
    2. (Abstract Noun) The cardinal number that is the product of ten and eight - 80. দহ আৰু আঠৰ পূৰণফল বুজোৱা সংখ্যাটো - ৮০ ৷