আস্তিক (Assamese) [ Roman: as.tik]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-14
    1. (Abstract Noun) Attentive assistance or treatment to those in need যাক প্ৰয়োজন তেওঁক মনোযোগেৰে সৈতে সহায় বা নিৰাময় কৰা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-14
    2. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-03-22
    3. Zoology(Common Noun-Common) any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas. উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
    Contributed by: Biraj Kumar Kakati on 2012-02-13
    Ref: চন্দ্ৰকান্ত অভিধান
    4. (Proper Adj.-Common &/or Masculine) One who acknowledges the existence of God. যিয়ে ভগৱান আছে বুলি বিশ্বাস কৰে৷