mangu (Ao)
    Contributed by: Temsunungsang T on 2008-01-19
    1. Fruits(Common Noun) any of several tropical and subtropical treelike herbs of the genus Musa having a terminal crown of large entire leaves and usually bearing hanging clusters of elongated fruits মুছা প্ৰজাতিৰ অন্তৰ্গত গা-গছৰ একেবাৰে প্ৰান্তত ডাঙৰ আকাৰৰ পাত থকা আৰু দীঘলীয়া ফলৰ থোক ধৰা, উষ্ণ-মণ্ডলীয় এবিধ উদ্ভিদ

    mangu (TAI-Khamti) [ IPA: maŋu]
    Contributed by: Sushmita Das on 2024-11-26
    2. Zoology(Common Noun-Common) any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas. উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷