কেঁকুৰি (Assamese) [ Roman: ke~.ku.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-24
1. (Abstract Noun) the amount of bending of a line; the deviation of a line from a straight path এডাল ৰেখা কিমান বেঁকা তাৰ জোখ; সৰল পথৰ পৰা এডাল ৰেখাৰ বিচ্যুতি
Contributed by: xourov on 2008-03-13
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
2. (Proper Adj.-Neuter) diverging from a given straight line or course. নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।Assamese:
আঁকোৰা এঢলীয়া কতীয়া কাইতা bo কিলাকুটীয়া কেঁকুৰি কেঁকোৰা কেৰাহি কেৰেচা কেৰেচীয়া কেৰেপা-কেৰেপি কোঁটা ঘুকুচা ঘোৰ খোৱা টেৰা টেৰেচীয়া তীৰ্যক তীৰ্য্যক তেৰেচীয়া তেৰেছা ধেনুভিৰীয়া ধেনুভেৰীয়া নুব্জ্য বংকিম বক্ৰ বক্ৰাকাৰ বঙ্কিম বেঁকা বেঁকাবেঁকি বেঁকোৰা বেংকা bo বেকেটা ভাঁজ লগা ভেঙুৰা ভেঙ্গুৰা ভেমেচা মেচা হঁকয়া হেঁকেচা হেঁকেৰা হেতামেচা হৈয়া
Mising:
Khasi:
Bishnupriya Manipuri:
Karbi:
TAI-Ahom:
Antonyms:
a. Proper Adj.-Neuter: straightঅবক্ৰঋজুচিধাডঁৰ-কাল...Different POS:
b. Verb-Trans.: bendcoilconvolvetwistককৰা...Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-16
3. (Material Noun-Neuter) the point at which a road takes a turn. পথ বা ৰাস্তাৰ ভাঁজ লোৱা অংশ।