কেঁকোৰা (Assamese) [ Roman: ke~.ko`.ra]
fm: কেঁকুৰী
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-07-22
Ref: হেমকোষ (পুৰণি)
1. Animal(Common Noun-Common) a ten-footed crustacean, with the first pair of legs as pincers. পানীৰ দাঁতিৰ গাঁতত বাস কৰা এবিধ দহ ঠেঙীয়া জন্তু৷Contributed by: Biraj Kumar Kakati on 2009-01-12
2. (Material Noun-Neuter) heavy metallic tool to keep a boat stationary এখন নাও স্থিতিশীল অৱস্থাত ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা গধূৰ ধাতৱ সঁজুলি
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-03
3. (Proper Adj.-Neuter) diverging from a given straight line or course. নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
Assamese:
আঁকোৰা এঢলীয়া কতীয়া কাইতা bo কিলাকুটীয়া কেঁকুৰি কেঁকোৰা কেৰাহি কেৰেচা কেৰেচীয়া কেৰেপা-কেৰেপি কোঁটা ঘুকুচা ঘোৰ খোৱা টেৰা টেৰেচীয়া তীৰ্যক তীৰ্য্যক তেৰেচীয়া তেৰেছা ধেনুভিৰীয়া ধেনুভেৰীয়া নুব্জ্য বংকিম বক্ৰ বক্ৰাকাৰ বঙ্কিম বেঁকা বেঁকাবেঁকি বেঁকোৰা বেংকা bo বেকেটা ভাঁজ লগা ভেঙুৰা ভেঙ্গুৰা ভেমেচা মেচা হঁকয়া হেঁকেচা হেঁকেৰা হেতামেচা হৈয়া
Mising:
Khasi:
Bishnupriya Manipuri:
Karbi:
TAI-Ahom: