কেন্দ্ৰ (Assamese) [ Roman: ken.dro]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-03-17
    1. (Abstract Noun) the point exactly at the middle of an object. যিকোনো বস্তুৰ একেবাৰে মাজৰ বিন্দুটো।
    Contributed by: Ranjita Pegu on 2006-03-17
    2. (Abstract Noun) center or the inner part of something কিহবাৰ একেবাৰে মাজৰ বা ভিতৰৰ ভাগ