middle (English) [ IPA: ˈmɪdəl ASM: মিডিল]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-20
    1. (Abstract Noun) the point exactly at the middle of an object. যিকোনো বস্তুৰ একেবাৰে মাজৰ বিন্দুটো।
    2. (Proper Adj.-Common) Occurring or being between two degrees, amounts, or quantities. দুই পৰিমাণ বা মাত্ৰাৰ মাজত হোৱা বা অৱস্থান কৰা।