angbong (Karbi)
    Contributed by: Mridugunjana Shivam on 2024-11-28
    1. (Abstract Noun) the point exactly at the middle of an object. যিকোনো বস্তুৰ একেবাৰে মাজৰ বিন্দুটো।
    Contributed by: Sarthe Teron Milik (ছাৰ্থে টেৰন মিলিক) on 2010-10-18
    2. (Conjuction) Used in expressing motion from one body or place to another; from one to another of two. দুটা বস্তু বা দুজন ব্যক্তিৰ ভিতৰত থকা বা হোৱা বুজাবলৈ ব্যৱহাৰ কৰা হয়৷
    Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-17
    3. (Proper Adj.-Common) Occurring or being between two degrees, amounts, or quantities. দুই পৰিমাণ বা মাত্ৰাৰ মাজত হোৱা বা অৱস্থান কৰা।