খাটনি (Assamese) [ Roman: kha.to.ni]
    Contributed by: Anjali Sonowal on 2010-05-22
    1. (Abstract Noun) the work done by sb, esp. in return of money and other compensation কোনোৱে কৰা কাম, বিশেষকৈ ধন বা আন ক্ষতিপূৰণৰ বিনিময়ত
    Contributed by: ৰূপকমল on 2007-12-20
    2. (Abstract Noun) the act of asking for something to be given or done, esp. as a favor or courtesy; solicitation or petition কোনো কাৰ্য্য কৰাৰ বাবে বা কিবা দিয়াৰ বাবে কৰা অনুৰোধ, বিশেষকৈ সৌজন্যতা বা সহায় হিচাপে

    Example Sentences:

    1. কণমানিজনীয়ে দেউতাকক এটা পুতলা কিনি দিবলৈ বৰকৈ খাটনি ধৰি আছে।

    Different POS:

    a. Verb-Trans.: requesturgeঅনুৰোধ কৰ্আৰ্জী কৰ্খাট্...

    Related Idea:

    b. Abstract Noun: pleaprayerঅনুনয় বিনয়কাকুকাকূতি...