খৰচ-পাতি (Assamese) [ Roman: kho.ros-pa.ti]
    Contributed by: Bikram M Baruah on 2008-11-20
    1. (Abstract Noun) money spent to perform work and obtain a service কোনো কাৰ্য্য সম্পন্ন কৰাৰ বাবে বা কোনো সেৱা লাভৰ বাবে ব্যৱহাৰ কৰা ধন