গমা (Assamese) [ Roman: go.ma]
    Contributed by: Anjali Sonowal on 2009-04-22
    1. (Verb-Intran.) to suffer material loss in a financial activity ব্যৱসায় বাণিজ্যত আৰ্থিকভাৱে ক্ষতি হ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-27
    2. (Abstract Noun) a sudden painful muscular cramp in the neck or back ডিঙিৰ বা পিঠিৰ মাংসপেশীত হঠাতে হোৱা সংকোচন৷ আক্ৰান্ত ব্যক্তিয়ে সেই ঠাইত বিষ অনুভৱ কৰে৷