আধ্যা (Assamese) [ Roman: a.dhya]
    Contributed by: Biraj Kumar Kakati on 2009-02-14
    1. (Abstract Noun) one part of a big book/report কোনো কিতাপ বা প্ৰতিবেদনৰ কোনো এটা বিষয়ৰ ওপৰত লিখা অংশ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-01
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) The point in time when an action, an event, or a phenomenon ceases or is completed. যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-01
    Ref: চন্দ্ৰকান্ত অভিধান
    3. (Abstract Noun) the state of being in negative balance. ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।