ছাঁ (Assamese) [ Roman: sa~]
    Contributed by: archana rajbongshi on 2006-08-29
    1. (Abstract Noun) a dark figure or image cast on the ground or some surface by a body intercepting light পোহৰক বাধা দিয়া কোনো বস্তুৰ পিছফালে মজিয়াত বা আন কোনো পৃষ্ঠত পৰা ক’লা প্ৰতিচ্ছবি

    ফটো:- পংকজ জ্যোতি মহন্ত

    Example Sentences:

    1. তেওঁ গছৰ ছাঁত বহি আছে।