XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    টানি-টুনি (Assamese) [ Roman: ta.ni-tu.ni]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-02-23
    1. (Adverb) in a small quantity. একেবাৰে কম পৰিমাণে ৷
    English:
    slightly
    Assamese:
    অকণমানকৈ অনুষ্টুপীয়াকৈ অনুৰূপীয়াকৈ অলপকৈ অলপমানকৈ অলপীয়াকৈ কথঞ্চিতৰূপে চূৰ্চুৰীয়াকৈ টাকটুককৈ টানি-টুনি টানিমানি তাকৰকৈ তাকৰীয়াকৈ তেনেইকৈ নাওনিমিতকৈ নামটো কৰি নামমাত্ৰকৈ নিচেইকৈ নিয়মটো কৰি সামান্যৰূপে
    Bodo:
    इसेयै
    Deori:
    মিচ্চাগা মিচ্চিগহৰে মিচ্চিগা
    © xobdo.org - a dictionary by you, for you, of you !!