তিফাইত্‌ (Assamese) [ Roman: ti.phait]
    Contributed by: Biraj Kumar Kakati on 2008-07-14
    Ref: হেমকোষ (পুৰণি)
    1. (Abstract Noun) The monetary surplus left to a producer or employer after deducting wages, rent, cost of raw materials. দৰমহা, ভাড়া, কেঁচামালৰ বাবে হোৱা ব্যয় আদি বাদ দিয়াৰ পাছত উত্পাদক বা নিয়োগকাৰীৰ হাতত ৰৈ যোৱা অতিৰিক্ত ধন