ধৃতি (Assamese) [ Roman: dhri.ti]
    Contributed by: Bikram M Baruah on 2007-04-26
    Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
    1. Physics(Abstract Noun) the property of being able to collect a charge of electricity. the ratio of an impressed charge on a conductor to the corresponding change in potential. বৈদ্যুতিক আদান সঞ্চয় কৰিব পৰা ক্ষমতা| কোনো পৰিবাহীত থকা আধাৰ আৰু ইয়াৰ বৈদ্যুতিক বিভৱৰ অনুপাত

    Different POS:

    a. Material Noun-Neuter: capacitorcondenserধাৰক...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-10
    2. (Abstract Noun) the ability to wait uncomfortably for sth to happen. কষ্ট স্বীকাৰ কৰি কোনো কথা সম্পন্ন হোৱালৈকে প্ৰতীক্ষা কৰিব পৰাৰ সামৰ্থ্য।