bearing (English) [ IPA: ˈberɪŋ ASM: বিয়াৰিং]
    1. (Abstract Noun) the ability to wait uncomfortably for sth to happen. কষ্ট স্বীকাৰ কৰি কোনো কথা সম্পন্ন হোৱালৈকে প্ৰতীক্ষা কৰিব পৰাৰ সামৰ্থ্য।
    Contributed by: Uddip Talukdar on 2012-06-11
    2. (Adjective) a support, guide, or locating piece for a rotating or reciprocating mechanical part ঘূৰ্ণীয়মান যান্ত্ৰিক অংশ এটাক ধৰি ৰখা দণ্ড বা আধাৰ
    English:
    Assamese: