সহ্য (Assamese) [ Roman: xo.jyo]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) the ability to wait uncomfortably for sth to happen. কষ্ট স্বীকাৰ কৰি কোনো কথা সম্পন্ন হোৱালৈকে প্ৰতীক্ষা কৰিব পৰাৰ সামৰ্থ্য।