পাৰদৰ্শী (Assamese) [ Roman: pa.ro.dor.xi]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-28
1. (Proper Adj.-Neuter) through which light passes যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে
English:
Bodo:
Khasi:
Garo:
Meeteilon:
Karbi:
Nagamese:
Different POS:
a. Abstract Noun: luciditytransparencyজলজলীয়াজিলজিলিয়াপাৰদৰ্শীতা...Contributed by: Bikram M Baruah on 2006-10-28
b. Proper Adj.: callowgreenhornimmatureinexperiencednaive...
d. Abstract Noun: expertiseexpertizeforteknackskill...
e. Abstract Noun: abilitycapabilitycapacityএকটিয়াৰক্ষমতা...
2. (Proper Adj.) able to carry out a task efficiently কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
English:
Assamese:
অপস্যু আপিট ওস্তাদ কাজ-ভাগী কাজী কাজুৱা কাঠিয়ক কামজনা কাৰ্যপটু কাৰ্য্যদক্ষ কুশল কুশীলৱ কৃতকৰ্মা কৌশলী ক্ষম ক্ৰিয়াপটু কৰ্মকুশল কৰ্মপটু কৰ্ম্মদক্ষ কৰ্ম্মনিপুণ কৰ্ম্মপটু ঘাগী ঘাগু চতৰা চাবতিয়াল চৌকছ দক্ষ দক্ষতাপূৰ্ণ নিপুণ পটীয়ান পটু পাকৈত পাৰগ পাৰদৰ্শী পাৰ্গত পৈণত প্ৰবীণ পৰায়ণ পৰিনিষ্ঠ পৰিপক্ক বিচক্ষণীয়া বিৰিঙ্গ ভাজনিয়াৰ সক্ষম সমৰ্থ সাজৈত সিদ্ধহস্ত সুকৌশলী সুদক্ষ সুনিপুণ
Khasi:
Karbi:
TAI-Ahom:
Bangla:
TAI-Turung:
Singpho:
Antonyms:
a. Proper Adj.-Common: unableঅক্ষমঅপৰাগনোৱাৰगोयै...b. Proper Adj.: callowgreenhornimmatureinexperiencednaive...
Different POS:
c. Abstract Noun: efficiencyকাৰ্য্যক্ষমতা নৈপুণ্যদক্ষতাजग्यjubgo...d. Abstract Noun: expertiseexpertizeforteknackskill...
e. Abstract Noun: abilitycapabilitycapacityএকটিয়াৰক্ষমতা...