বসতি (Assamese) [ Roman: bo.xo.ti.]
1. (Abstract Noun) a place where somebody is setting up home কোনোৱে ঘৰ পাতিবলৈ বা বাস কৰিবলৈ লোৱা ঠাই
English:
Bodo:
Garo:
Deori:
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-28
2. (Material Noun-Neuter) The land where someone makes his home. মানুহে ঘৰ সাজি বসবাস কৰি থকা মাটি৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-25
3. (Verbal Noun) the act of living or dwelling in a place কোনো ঠাইত ঘৰ পাতি থাকিবলৈ লোৱা কাৰ্য্য
English:
Assamese: