বালি (Assamese) [ Roman: ba.li]
    1. (Material Noun-Neuter) small grains of earth গেদীয় বা আন শিল বতাহ-বৰষুনত চূৰ্ণ হৈ সৃষ্টি হোৱা পলসতকৈ ডাঙৰ সৰু সৰু দানা|
    Contributed by: Anjali Sonowal on 2006-03-17
    2. (Material Noun-Neuter) A pendant worn at the nose. নাকত পিন্ধা অলঙ্কাৰ ।

    বালি (Bangla) [ Roman: ba.li]
    Contributed by: Satabdi Dutta on 2022-10-13
    3. (Material Noun-Neuter) small grains of earth গেদীয় বা আন শিল বতাহ-বৰষুনত চূৰ্ণ হৈ সৃষ্টি হোৱা পলসতকৈ ডাঙৰ সৰু সৰু দানা|