মধুৰ (Assamese) [ Roman: mo.dhur]
    1. (Abstract Noun) a pleasent taste like that of sugar, honey or saccharin. চেনি, মৌ আদিৰ ভাল লগা সোৱাদ
    2. (Proper Adj.-Common) sweet and soft (words) intended to please but may not be sincere ( used in phrase like honeyed words) কাৰোবাক ভাল লগাবলৈ বা ভালৰি বোলাবলৈ ব্যৱহাৰ কৰা শুনি ভাল লগা (শব্দ বা কথা)