বান্ (TAI-Ahom) [ Roman: ban]
Contributed by: Anjali Sonowal on 2008-10-12
2. Astronomy(Proper Noun-Neuter) A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light. আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
English:
Assamese:
অংশুধৰ অংশুপতি অংশুবাণ অংশুমান অংশুমালী অম্বুজেশ অহঃপতি অৰ্ক অৰ্যমা আদিত্য উষাপতি কিৰণমালী গ্ৰহপতি গ্ৰহৰাজ ঘৃণিনিধি চক্ৰবন্ধু চণ্ডডালু চাকা চিত্ৰভানু চিত্ৰৰথ জ্যোতিৰাজ তপন তমোহৰ তিগ্মকৰ তিগ্মাংশু তিমিৰাৰি ত্ৰয়ীতনু তৰ্ণি দিনকৰ দিননাথ দিনপতি দিনবন্ধু দিনমণি দিনেশ দিবাকৰ দিবানাথ দিবাবসু দিৱাকৰ দ্যুপতি দ্যুমণি পদ্মিনী-বল্লভ্ প্ৰভাকৰ বিভাকৰ বিভাবসু বিৰোচন বেলি ভানু ভাস্কৰ মাৰ্কণ্ড মাৰ্তণ্ড মিহিৰ সপ্তাশ্ব সবিতা সহস্ৰৰশ্মি সূৰ সূৰুয সূৰ্য্য ৰবি ৰবিৰাজ ৰ’দালি
Bodo:
Garo:
Bishnupriya Manipuri:
Mizo (Lushai):
Hmar:
Dimasa:
Ao:
TAI-Ahom:
Kaubru (Reang):
Hindi:
Bangla:
Tiwa:
Deori:
Hajong:
TAI-Phake:
TAI-Khamti:
TAI-Turung:
Singpho:
Related Idea:
a. Abstract Noun: অৰুণउज्यालोसुर्यको किरण...Sub Idea:
b. Material Noun-Neuter: starঋক্ষতাৰকতাৰকাতৰা...Contributed by: Anjali Sonowal on 2008-10-12
3. (Abstract Noun) a pleasent taste like that of sugar, honey or saccharin. চেনি, মৌ আদিৰ ভাল লগা সোৱাদ