মূৰুতি (Assamese) [ Roman: mu.ru.ti]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-31
    1. (Proper Noun) The front part of the head, from the forehead to the chin. কপালৰ পৰা থুতৰিলৈকে মূৰৰ আগফাল |
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-26
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun-Neuter) Image, model or structure of a deity etc. as an object of worship উপাসনাৰ অৰ্থে ব্যৱহাৰ কৰা দেৱী-দেৱতাৰ প্ৰতিচ্ছবি, আৰ্হি বা কোনো আকৃতি
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-31
    3. (Material Noun-Neuter) a physical likeness or representation of a person, animal, or thing, photographed, painted, sculptured, or otherwise made visible এজন ব্যক্তি, প্রাণী বা বস্তুৰ শাৰীৰিক অবয়বৰ আলোকচিত্র, ছবি, স্থাপত্য আদিৰ জড়িয়তে বা আন কোনো ধৰণে কৰা প্ৰকাশ