মুহ (Assamese) [ Roman: muh]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Proper Noun) The front part of the head, from the forehead to the chin. কপালৰ পৰা থুতৰিলৈকে মূৰৰ আগফাল |

    মুহ (Deori) [ Roman: muh]
    Contributed by: Himasri Das on 2023-03-31
    2. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি
    Contributed by: Himasri Das on 2023-03-31
    3. (Abstract Noun) an invisible force that brings things together একাধিক বস্তুক একত্ৰিত কৰা এক অদৃশ্য শক্তি