লোকালোক (Assamese) [ Roman: lo`.ka.lo`k]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Abstract Noun) the atmosphere and outer space as viewed from the earth ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদিAssamese:
অক্ষৰ অনঙ্গ অভ্ৰ অভ্ৰক অম্বৰ অম্বৰীষ আকাশ উড়ুপথ ক্ৰন্দসী খ গগন ঘনবীথি ঘনাশ্ৰয় ত্ৰিদিৱ ত্ৰিপিষ্টপ ত্ৰিবিষ্টপ তৰাপথ দেৱপথ দ্যু দ্যুলোক দ্যো দ্যৌ নভ নভঃ নভস নভস্থল নাক নীলিমা পুষ্কৰ পুৰৱৰ্ত্ম পৱনপথ পৱনমাৰ্গ বায়ুপথ বায়ুৱৰ্ত্ম বিমান বিহায় বিয়ৎ ব্যোম মহাবিল মেঘবৰ্ত্ম মেঘাবেশ্ম মেঘাস্পদ মেঘৱৰ্ত্ম মৰুদ্বৰ্ত্ম লোকালোক শূন্যতল সুৰপথ সুৰবৰ্ত্ম ৰোদঃ ৰোদসী
Khasi:
Bishnupriya Manipuri:
Mizo (Lushai):
Hmar:
Dimasa:
TAI-Ahom:
Bangla:
Rabha:
Deori:
Hajong:
TAI-Phake:
TAI-Khamti:
TAI-Turung:
Singpho:
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-27
Ref: চন্দ্ৰকান্ত অভিধান
2. Religious-Mythological(Proper Noun-Neuter) a belt of mountain, supposed to surround the outermost boundary of the world পৃথিৱীখনক বেৰি থকা কাল্পনিক পৰ্ব্বত-বিশেষAssamese: