নীলিমা (Assamese) [ Roman: ni.li.ma]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) the pure color of a clear sky; the primary color between green and violet in the visible spectrum, an effect of light with a wavelength between 450 and 500 nm. ফৰকাল আকাশৰ বিশুদ্ধ ৰং; সূৰ্য্য ৰশ্মিৰ সেডজীয়া আৰু বেগুণীয়াৰ মাজৰ ৰং, ৪৫০ আৰু ৫০০ নেন’মিটাৰৰ ভিতৰত তৰঙ্গ দৈৰ্ঘ্য-বিশিষ্ট পোহৰৰ প্ৰভাৱ
    Contributed by: Bikram M Baruah on 2010-12-24
    2. (Abstract Noun) the atmosphere and outer space as viewed from the earth ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
    English:
    Mising:
    Meeteilon:
    Bishnupriya Manipuri:
    Mizo (Lushai):
    Hmar:
    Nagamese:
    Dimasa:
    TAI-Ahom:
    TAI-Phake:
    TAI-Khamti:
    TAI-Turung: