সংকেত (Assamese) [ Roman: xong.ket]
    alt: সঙ্কেত
    1. (Abstract Noun) sound, gesture or written symbol with an agreed upon meaning অৰ্থৰ ক্ষেত্ৰত সহমতৰ ভিত্তিত ব্যৱহৃত শব্দৰে, অঙ্গি-ভঙ্গিৰে বা লিখিত ৰূপত প্ৰকাশ কৰা কোনো চিহ্ন