সুনীল (Assamese) [ Roman: xu.nil]
    1. (Abstract Noun) the pure color of a clear sky; the primary color between green and violet in the visible spectrum, an effect of light with a wavelength between 450 and 500 nm. ফৰকাল আকাশৰ বিশুদ্ধ ৰং; সূৰ্য্য ৰশ্মিৰ সেডজীয়া আৰু বেগুণীয়াৰ মাজৰ ৰং, ৪৫০ আৰু ৫০০ নেন’মিটাৰৰ ভিতৰত তৰঙ্গ দৈৰ্ঘ্য-বিশিষ্ট পোহৰৰ প্ৰভাৱ