Items in Agriculture
1. Agriculture(Abstract Noun) the art, science or business of growing a specific plant
কোনো শস্য ৰূপণ আৰু পতি-পালন কৌশল আৰু বিজ্ঞান৷
কোনো শস্য ৰূপণ আৰু পতি-পালন কৌশল আৰু বিজ্ঞান৷
Assamese: আবাদ, কিৰিষণা, কৃষাণি, কৃষি, কৃষিকাৰ্য্য, কৃষিকৰ্ম, ক্ষেত্ৰকৰ্ম, খেতি, খেতি-খোলা, খেতি-বাতি, চহ, হলকৰ্ম,
Karbi: rit katiki, rit-hidi,
Nagamese: fosol,
Dimasa: Hadam,
Bangla: কৃষি, কৃষিকাজ,
Rabha: চাচ,
Deori: উগাঁ-মুঁমা,
Different POS:
a. Common Noun-Common: agriculturist, cultivator, farmer, grower, ইজাৰাদাৰ...b. Verb-Trans.: cultivate, cultivation, আবাদ কৰ্, খেতি কৰ্, চহা...
c. Verbal Adj.: cultivated, আবাদী...
Related Idea:
d. Common Noun-Common: agriculturist, cultivator, farmer, grower, ইজাৰাদাৰ...
2. Agriculture(Verbal Noun) The tilling of the soil for cultivation.
খেতি কৰিবলৈ হাল বাই মাটি যুগুত কৰা কাৰ্য্য ৷
খেতি কৰিবলৈ হাল বাই মাটি যুগুত কৰা কাৰ্য্য ৷
3. Agriculture(Material Noun-Neuter) A substance mixed in soil to assist a plant grow healthy
গছ-গছনিৰ শ্ৰীবৃদ্ধিৰ বাবে মাটিত দিয়া দ্ৰব্য৷
গছ-গছনিৰ শ্ৰীবৃদ্ধিৰ বাবে মাটিত দিয়া দ্ৰব্য৷
Assamese: সাৰ,
Bodo: हासार,
Karbi: aho-or, ajo, anuwe, aser, ho-or,
Hindi: खाद,
Deori: হাৰ,
4. Agriculture(Verb-Trans.) to prepare land and grow crops on it
হাল বাই মাটি খেতিৰ বাবে উপযুক্ত কৰি তোল ৷
হাল বাই মাটি খেতিৰ বাবে উপযুক্ত কৰি তোল ৷
Assamese: আবাদ কৰ্, খেতি কৰ্, চহা,
Garo: bariata,
Karbi: nongsim, tiki,
Deori: পাম-পা, পাম-হায়া,
Different POS:
a. Abstract Noun: agriculture, cultivation, আবাদ, কিৰিষণা, কৃষাণি...
Assamese: নাঙল, নাঙাল bo , হাল,
Bodo: हालेव,
Karbi: hai,
Nagamese: hal,
Dimasa: halipong,
Deori: নাজি,
Related Idea:
a. Material Noun-Neuter: yoke, প্ৰাসঙ্গ, যুঁৱলি, जंगालि, फोनांजाबनाय...
6. Agriculture(Material Noun-Neuter) a tract of land, usually with a house, barn, silo, etc., on which crops and often livestock are raised for livelihood.
সাধাৰণতে এটা ঘৰ, গোহালি আদি থকা এক বিস্তৃত পথৰুৱা মাটি, য’ত জীৱিকাৰ বাবে খেতি-বাতি কৰা আৰু ঘৰচীয়া জন্তু পোহা হয়৷
সাধাৰণতে এটা ঘৰ, গোহালি আদি থকা এক বিস্তৃত পথৰুৱা মাটি, য’ত জীৱিকাৰ বাবে খেতি-বাতি কৰা আৰু ঘৰচীয়া জন্তু পোহা হয়৷

Assamese: হাল বা,
Karbi: haibai, hal ba,
Dimasa: hali,
Deori: হাল-হি, হি,
Related Idea:
a. Common Noun-Masculine: plower, হালুৱা, হালোৱা...Assamese: খৌ,
Karbi: Sok-ingkro,
Sub Idea:
a. Material Noun-Neuter: basket, কুঁকি, কৰণি, কৰণ্ডি, কৰণ্ডী...
9. Agriculture(Material Noun-Neuter) a field where rice is grown for transplanting.
ৰুবৰ নিমিত্তে গজোৱা ধানৰ পুলি থকা ঠাই ৷
ৰুবৰ নিমিত্তে গজোৱা ধানৰ পুলি থকা ঠাই ৷

Related Idea:
a. Material Noun-Neuter: seedlings, কঠীয়া, chili, bongpangsa, bupangsa...
10. Agriculture(Abstract Noun) A system of cultivation done in steps cut to hold water on the slopes of a hill.
পাহাৰত খলপা খলপীকৈ কৰা এক প্ৰকাৰৰ কৃষি পদ্ধতি ৷
পাহাৰত খলপা খলপীকৈ কৰা এক প্ৰকাৰৰ কৃষি পদ্ধতি ৷
Related Idea:
a. Abstract Noun: burn cultivation, jhum cultivation, slash cultivation, জুম-খেতি, ঝুম-খেতি...
11. Agriculture(Verbal Adj.) rented from the owner for one year or short period for cultivation (said of land)
এবছৰৰ কাৰণে বা কম দিনৰ কাৰণে গৰাকীৰ পৰা খেতি কৰিবলৈ লোৱা (মাটি)
এবছৰৰ কাৰণে বা কম দিনৰ কাৰণে গৰাকীৰ পৰা খেতি কৰিবলৈ লোৱা (মাটি)
12. Agriculture(Common Noun-Neuter) Rabi crops are harvested in winter season mainly in India and Pakistan. Crops that are grown from November to April.
শীতকালি (খৰালি) উত্পন্ন হোৱা খেতি ৷
শীতকালি (খৰালি) উত্পন্ন হোৱা খেতি ৷
13. Agriculture(Material Noun-Neuter) the part of a cereal plant, as corn, wheat, paddy etc., that contains the flowers and hence the fruit, grains, or kernels
ধান, ঘেঁহু আদি শস্যৰ থোক বা চেৰ, য’ত ফুল আৰু গুটি ধৰে
ধান, ঘেঁহু আদি শস্যৰ থোক বা চেৰ, য’ত ফুল আৰু গুটি ধৰে
14. Agriculture(Abstract Noun) an agriculture practiced by the tribal groups in the northeastern states of India like Arunachal Pradesh, Meghalaya, Mizoram and Nagaland and also in the districts of Bangladesh like Khagrachari and Sylhet. This system involves clearing a piece of land by setting fire or clear felling and using the area for growing crops of agricultural importance such as upland rice, vegetables or fruits. After a few cycles, the land loses fertility and a new area is chosen.
Assamese: জুম-খেতি, ঝুম-খেতি,
Dimasa: hagong dangbah, phadain dangbah,
Hajong: হাগ্ৰা,
Related Idea:
a. Abstract Noun: terrace cultivation...
15. Agriculture(Verbal Noun) Planting rice plant in a pre-preared muddy field.
আগতে প্ৰস্তুত কৰা বোকা মাটিত কঠিয়া ৰোৱা কাৰ্য৷
আগতে প্ৰস্তুত কৰা বোকা মাটিত কঠিয়া ৰোৱা কাৰ্য৷
16. Agriculture(Material Noun-Neuter) a vehicle primarily used in agriculture
মুলতঃ কৃষি কাৰ্য্যত ব্যৱহৃত এখন গাড়ী
মুলতঃ কৃষি কাৰ্য্যত ব্যৱহৃত এখন গাড়ী
18. Agriculture(Abstract Noun) an industry concerned with the production and sale of farm products, especially involving large companies
খেতি-বাতিৰ লগত জড়িত ব্যৱসায়, সাধাৰণতে ডাঙৰ লাভজনক কোম্পানী জড়িত থকা ব্যৱসায়৷
খেতি-বাতিৰ লগত জড়িত ব্যৱসায়, সাধাৰণতে ডাঙৰ লাভজনক কোম্পানী জড়িত থকা ব্যৱসায়৷
19. Agriculture(Material Noun-Neuter) A circular wall of mud to hold water surround a plant.
পানী ৰাখিবলৈ গছৰ চাৰিওফালে দিয়া মাটিৰ ঘেৰ৷
পানী ৰাখিবলৈ গছৰ চাৰিওফালে দিয়া মাটিৰ ঘেৰ৷
21. Agriculture(Abstract Noun) a farm where pigs are bred or kept.
গাহৰিৰ বংশবৃদ্ধি আৰু লালন-পালন কৰা পাম৷ গাহৰি পালন৷
গাহৰিৰ বংশবৃদ্ধি আৰু লালন-পালন কৰা পাম৷ গাহৰি পালন৷
22. Agriculture(Verbal Adj.) the act of keeping animals to produce milk, meat etc.
গাখীৰ, মাংস আদিৰ বাবে পোহানীয়া জন্তু পোহ-পাল কৰা কাৰ্য্য
গাখীৰ, মাংস আদিৰ বাবে পোহানীয়া জন্তু পোহ-পাল কৰা কাৰ্য্য
24. Agriculture(Abstract Noun) studies of crop production management and agro-economics.
শস্য উত্পাদনৰ ব্যৱস্থাপনা আৰু কৃষি-অৰ্থনীতি বিষয়ক অধ্যয়ন৷
শস্য উত্পাদনৰ ব্যৱস্থাপনা আৰু কৃষি-অৰ্থনীতি বিষয়ক অধ্যয়ন৷
25. Agriculture(Common Noun-Common &/or Masculine) Full dry weight of crop produced per unit area
প্ৰতি একক মাটিকালিত উত্য়পাদিত শস্যৰ সম্পূৰ্ণ শুকান অৱস্থাৰ ওজন
প্ৰতি একক মাটিকালিত উত্য়পাদিত শস্যৰ সম্পূৰ্ণ শুকান অৱস্থাৰ ওজন