Items in Statistics
1. Statistics(Abstract Noun) a graphic display of data or information তথ্যৰ ছবিৰ জৰিয়তে কৰা উপস্থাপন
2. Statistics(Abstract Noun) A branch of applied mathematics concerned with the collection and interpretation of quantitative data and the use of probability theory to estimate population parameters. সাংখিক তথ্যৰ সংগ্ৰহ আৰু তাৰ বিশ্লেষণৰ লগত জড়িয় ব্যৱহাৰিক গণিত শাস্ত্ৰৰ এটা বিভাগ ৷
3. Statistics(Abstract Noun) A drawing representing the relationship between two sets of data using dots, lines or bars
4. Statistics(Abstract Noun) the number of observations in a given statistical category পৰিসংখ্যাৰ এটা থূলৰ অন্তৰ্গত নিৰীক্ষণৰ সংখ্যা
5. Statistics(Verbal Noun) putting or arranging in a tabular, systematic, or condensed form শৃংখলাৱদ্ধ ভাৱে তালিকাভুক্ত কৰা প্ৰক্ৰিয়া
6. Statistics(Abstract Noun) the correspondence of a set of frequencies with the set of categories, intervals, or values into which a population is classified যি পদ্ধতিৰ সহায়ত তথ্যসমূহ শ্ৰেণীভুক্ত কৰি তালিকা প্ৰস্তুত কৰা হয়
7. Statistics(Abstract Noun) the total of a frequency and all frequencies below it in a frequency distribution এটা শ্ৰেণী বিভাগৰ বাৰংবাৰতাৰ লগত সেই শ্ৰেণীৰ আগৰ শ্ৰেণীসমূহৰ বাৰংবাৰতা যোগ কৰি পোৱা নতুন বাৰংবাৰতা
8. Statistics(Abstract Noun) one of a set of intervals of arbitrary width into which the range of a sample of measurement is partitioned তথ্যসমূহ বাৰংবাৰতা তালিকাভুক্ত কৰাৰ বাবে সিহঁতক বিভক্ত কৰা বিভিন্ন ভাগৰ যিকোনো এটা
9. Statistics(Common Noun-Neuter) a graph of a frequency distribution in which rectangles with bases on the horizontal axis are given widths equal to the class intervals and heights equal to the corresponding frequencies বাৰংবাৰতা বিভাজন তালিকা এখনৰ শ্ৰেণী পৰিবন্ধবোৰক ভূমি আৰু অনুৰূপ বাৰংবাৰতাবোৰক উচ্চতা হিছাপে লৈ অঁকা আয়তক্ষেত্ৰবোৰ একেলগ কৰি পোৱা লেখ
10. Statistics(Abstract Noun) a frequency curve consisting of connected line segments formed by joining the midpoints of the upper edges of the rectangles in a histogram whose class intervals are of uniform length স্তম্ভলেখ এটাৰ আয়তবোৰ x-অক্ষৰ ওপৰত থকা অনুভূমিক বাহুৰ মধ্যবিন্দুবোৰ সংযোগ কৰি পোৱা বহুভুজটো
11. Statistics(Abstract Noun) a graph the ordinates of which represent cumulative frequencies of the values indicated by the corresponding abscissas শ্ৰেণী পৰিবন্ধবোৰৰ উচ্চমানক x-স্থানাংক আৰু সেইবোৰৰ সাপেক্ষে পোৱা সঞ্চয়ী বাৰংবাৰতাক y-স্থানাংক হিছাপে লৈ মুক্তহস্তে অঁকা বক্ৰ লেখ
12. Statistics(Proper Adj.-Neuter) of or characterizing a process of selection in which each item of a set has an equal probability of being chosen এনে এক প্ৰক্ৰিয়া, য’ত এটা সংহতিৰ প্ৰতিটো উপাদান চয়ন কৰাৰ সম্ভাৱিতা সমান
13. Statistics(Verbal Adj.) of or pertaining to a situation involving two or more events, possibilities, etc., in which the occurrence of one precludes the occurrence of the other দুই বা ততোধিক ঘটনা, সম্ভাৱনা আদি জড়িত থকা এনে এক অৱস্থা, য’ত এটা ঘটিলে আনটো ঘটিব নোৱাৰে
14. Statistics(Abstract Noun) in an actual scientific trial, the ratio of the number of positive outcomes of experiments কোনো ঘটনাৰ সম্ভাৱনাক যি সাংখ্যিক মাপেৰে প্ৰকাশ কৰা হয় - ঘটিত মুঠ ফলাফলৰ সংখ্যা আৰু মুঠ প্ৰচেষ্টাৰ সংখ্যাৰ অনুপাত
Assamese: পৰিসাংখ্যিক সম্ভাৱিতা, পৰীক্ষা-লব্ধ সম্ভাৱিতা,
Related Idea:
a. Proper Adj.-Neuter: empirical, অভিজ্ঞতা মূলক, অভিজ্ঞতা লব্ধ, আনুভৱিক, পৰীক্ষা-লব্ধ...
15. Statistics(Abstract Noun) the relative possibility that an event will occur, as expressed by the ratio of the number of actual occurrences to the total number of possible occurrences কোনো ঘটনা ঘটাৰ আপেক্ষিক সম্ভাৱনা, যাক প্ৰকৃত ঘটনাৰ সংখ্যা আৰু সম্ভাৱ্য ঘটনাৰ সংখ্যাৰ অনুপাতৰ দ্বাৰা প্ৰকাশ কৰা হয়
16. Statistics(Proper Adj.-Neuter) of or pertaining to statistics. পৰিসংখ্যা বিষয়ক বা পৰিসংখ্যা সম্বন্ধীয়।
17. Statistics(Adverb) done in such a way that each item of a set has an equal probability of being chosen এটা থূপ বা সমষ্টিৰ উপাদানবোৰৰ চয়ন এনে দৰে কৰা যাতে প্ৰতিটো উপাদানৰে চয়ন কৰাৰ সম্ভাৱিতা সমান হয়
18. Statistics(Abstract Noun) A statistical quantity to measure expectation.
19. Statistics(Abstract Noun) The possibility of one or more components of a system to be effective during a specific time frame. দুটা বা ততোধিক উপাংশবিশিষ্ট কোনো এটা পদ্ধতিয়ে ইয়াৰ সংকল্পিত প্ৰয়োগক্ষেত্ৰত প্ৰদত্ত সময়ছোৱাৰ বাবে প্ৰয়োগশীল হৈ থকাৰ সম্ভাৱিতা৷
20. Statistics(Proper Noun-Neuter) a diagram representing mathematical or logical sets pictorially as circles or closed curves within an enclosing rectangle (the universal set), common elements of the sets being represented by intersections of the circles.
সংহতি তত্বৰ কিছুমান ধাৰণা বুজাবলৈ আয়ত আৰু বৃত্ত চিত্ৰ দ্বাৰা বুজুৱা চিত্ৰ৷