Dictionary entry:
Choram(Language: Karbi)Meaning 1:
(Abstract Noun) Money or goods or services owed by one person to another.
এজনে আনজনক দিবলৈ বা পৰিশোধ কৰিবলৈ থকা ধন, সামগ্ৰী বা সেৱা।
Meaning 2:
(Common Noun) the starchy seeds of an annual southeast Asian cereal grass, Oryza sativa that are cooked and used for food
ৰান্ধি খাদ্য হিচাপে গ্ৰহণ কৰা দক্ষিণ এছিয়াৰ ঘাঁহ জাতীয় শস্য ’অৰাইজা চেটাইভা’ৰ শৰ্কৰাযুক্ত গুটি