Dictionary entry:
rice(Language: English; IPA: ˈraɪs; Assamese: ৰাইচ্)Meaning 1:
(Common Noun) A cereal grass that is cultivated extensively in warm climates for its edible grain.
ইয়াৰ খাব পৰা গুটিৰ বাবে গ্ৰীষ্ম অঞ্চলত বহুলভাৱে খেতি কৰা এবিধ ঘাঁহজাতীয় শস্য
Related Ideas: 1. botan rice glutinous rice mochi rice oryza glutinosa oryza sativa 2. rice plant maipang
Meaning 2:
(Common Noun) rice grains with the golden outer cover removed.
বাহিৰৰ সোণালী আৱৰণটো গুচোৱাৰ পাছত ধানৰ গুটি।
Related Ideas: 1. broken rice খুদ খুদ-কণ খুদ-চাউল ব্ৰহ্মকণ
Meaning 3:
(Common Noun) the starchy seeds of an annual southeast Asian cereal grass, Oryza sativa that are cooked and used for food
ৰান্ধি খাদ্য হিচাপে গ্ৰহণ কৰা দক্ষিণ এছিয়াৰ ঘাঁহ জাতীয় শস্য ’অৰাইজা চেটাইভা’ৰ শৰ্কৰাযুক্ত গুটি