Dictionary entry: God(Language: English; IPA: ˈgɑd; Assamese: গড)
Related words: goddess godly


Meaning 1:(Abstract Noun) A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷

Synonym:
English: almighty God Jagannath
Assamese: অনন্ত ভাগ্যবিধাতা ভাগ্যনিয়ন্তা জগদীশ্বৰ সচ্চিদানন্দ পৰমাত্মা জগতপতি জগৎপ্ৰাণ জগধাতা ব্ৰহ্ম অধিযজ্ঞ নিৰাময় খোদাতাল্লা জগৎপতি অক্ষয় পুৰুষ বিশ্বস্ৰষ্টা কৰুণাময় ত্ৰিদিৱেশ জগদাধাৰ অখিলাত্মা গোঁসাই জগতপিতা অদিভিত্ জগন্নাথ অদ্বৈত জগনিবাস হৰি কৰিম সুৰী অজৰ বিশ্ব খনিকৰ প্ৰাণনাথ অনাদি পৰাৎপৰ সৰ্বেশ্বৰ ঋতম্ভৰ ঈশ্বৰ জগদীশ অদিতিনন্দন নিৰঞ্জন দয় আদি-কৰ্ত্তা পৰমেশ্বৰ খোদা জগবন্ধু স্বয়ম্ভু নেদেখাজনা ঈশ প্ৰভু সৃষ্টিকৰ্ত্তা পৰেশ বিশ্বাত্মা আল্লা নিৰাকাৰ অদিতিজ অধীশ্বৰ বিভু আদি-কৰ্তা পৰমানন্দ পৰমব্ৰহ্ম জগন্নিৱাস সনাতন ইচ্ছাময় পতিত-পাবন অচ্যুত বিধাতা জগতকৰ্ত্তা আদিনিৰঞ্জন অমৰ ভাগ্যদেৱতা ভুৱনেশ্বৰ নেদেখাজন চিদানন্দ ভগৱান পৰমপিতা জগৎস্ৰষ্টা পৰমপুৰুষ গহয় ভগৱন্ত ধাতা আল্লাহ জগতকৰ্তা বিৰাট পুৰুষ
Bodo: गोद ईसोर, गसाई मोदाइ
Mising: Ru:ne
Khasi: U Blei
Garo: Mite
Meeteilon: lai
Karbi: Ranam arnam
Hmar: Pathien
Dimasa: phlangbubra phirthibubra mulok-shangshaiyah oishor madai phlang-shangshaiyah phirthi-shangshaiyah mulokbubra
Tai: চাৱ ফ্ৰা দেও fra
Hindi: अन्नदाता
Bangla: ঈশ্বর জগন্নাথ ভগবান ঠাকুর
Space to image of God


Related Ideas:
1. deity God অগ্নিজিহ্বা অগ্নিমুখ অদিতিজ 2. omnipresent ubiquitous সৰ্ববিদ্যমান সৰ্বব্যাপক সৰ্বব্যাপী



Meaning 2:(Common Noun) A personified supernatural being who special power and who is believed to live in the heaven as per many mythology and believes
সাধাৰণ ব্যক্তিতকৈ পৃথক, স্বৰ্গত বাস কৰা একোজন শক্তিমন্ত পুৰুষ৷
Space to image of God


Related Ideas:
1. almighty God Jagannath অক্ষয় পুৰুষ অখিলাত্মা




2006 - 2022 © Xobdo.org