argueargumentative
argument (English) [ IPA: ˈɑrgjəmənt ASM: আৰগুমেণ্ট]
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Abstract Noun) A discussion involving opposing points; an argument
পৰস্পৰ বিৰোধী যুক্তি দৰ্শাই কৰা আলোচনা

2. (Abstract Noun) what one thinks or believes about sth.
কোনো বিষয় সংক্ৰান্তত এজনে যি ভাৱে বা বিশ্বাস কৰে।

Ref: আধুনিক অসমীয়া শব্দকোষ
3. (Abstract Noun) an explanation of reasons to support something.
কিহবাৰ সপক্ষে দৰ্শোৱা কাৰণ।