তৰ্তৰ্ক কৰ্

তৰ্ক (Assamese) [ Roman: tor.ko]
1. (Abstract Noun) A discussion involving opposing points; an argument পৰস্পৰ বিৰোধী যুক্তি দৰ্শাই কৰা আলোচনা

Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-03-17
2. (Abstract Noun) an assertion of opposing views or claims, a verbal fight. বিপৰীত মতামত বা দাবী সাব্যস্ত কৰিবলৈ কৰা মৌখিক যুঁজ।