kangfaalkanghon pen kelang
kanghon (Karbi)
1. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person
কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি

2. (Abstract Noun) the quality of helping and giving away freely to the needy
কৰোবাৰ সহায় বা দান কৰাৰ অভ্যাস

3. (Common Noun-Common &/or Masculine) refers to a person whom one loves a lot
কোনোৱে অতি ভাল পোৱা এজন ব্যক্তি