bidhobabidigrong

bidi (English) [ IPA: ˈbiːdiː ASM: বিডি]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-21
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) a cigarette made of tobacco wrapped in dry leaf of certain trees. এবিধ গছৰ পাতেৰে ধঁপাত মেৰিয়াই কৰা এবিধ চুৰত।
English: bidi,
Assamese: বিড়ি

bidi (Karbi)
Contributed by: Mangalsingh Rongphar on 2012-06-27
2. (Abstract Noun) the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|