ৰিমঝিমৰিমুগেবা

ৰিমু (Deori) [ Roman: ri.mu]
Contributed by: Himasri Das on 2023-03-04
1. (Abstract Noun) the way of carrying out certain task কোনো কাম সম্পাদন কৰাৰ নিয়ম বা ধৰণ

Contributed by: Himasri Das on 2023-03-04
2. (Abstract Noun) Familiarity, awareness, or understanding gained through experience or study. অভিজ্ঞতা অথবা অধ্যয়নৰ জৰিয়তে লাভ কৰা পৰিচিতি, সচেতনতা বা বোধশক্তি।

Contributed by: Himasri Das on 2023-03-04
3. (Abstract Noun) the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|

Contributed by: Himasri Das on 2023-03-04
4. (Abstract Noun) a state of cooperative or mutually tolerant relations between people মানুহৰ মাজত সহযোগ বা পৰস্পৰ সহনশীলতাৰ এক অৱস্থা

Contributed by: Himasri Das on 2023-03-04
5. (Abstract Noun) a discussion to seek useful information from an experienced person, usually conducted in one-to-one private meeting. কোনো অভিজ্ঞ ব্যক্তিৰ পৰা ব্যক্তিগতভাৱে দিহা-পৰামৰ্শ লবলৈ কৰা আলচ