earmarkedearner
earn (English) [ IPA: ˈərn ASM: আৰ্ণ]
English: achieve, acquire, attain, earn, gain, get, obtain, procure,
Assamese: অৰ্জন কৰ্, অৰ্জ্জন কৰ্, আহৰণ কৰ্, আৰ্জ, পা, প্ৰাপ্ত হ, মিল্, লভ্, লাভ কৰ্, হাছিল কৰ্,
Bodo: खामाय, मोन, मोननाय,
Mising: pang,
Dimasa: labu, mai, maing,
Nepali: पाउनु, पूरा गर्नु, प्राप्त, भेटनु,
b. Abstract Noun: accomplishment, achievement, attainment, success, উত্তীৰ্ণতা
c. Proper Adj.-Common: due, পাওনা, পাবলগীয়া, প্ৰাপ্য, লভ্য
English: earn,
Assamese: আয় কৰ্, আৰ্জ, আৰ্জন কৰ্, উপাৰ্জন কৰ্, কমা, ঘট্,
Dimasa: bojai, kamai,
Tai: হম্ ঙুন্,
Deori: গতিবা,
1. (Verb-Trans.) to receive or come to have possession, use, or enjoyment of
কোনো বস্তু নিজৰ হাতলৈ আন্ বা হস্তগত কৰ্
কোনো বস্তু নিজৰ হাতলৈ আন্ বা হস্তগত কৰ্
Assamese: অৰ্জন কৰ্, অৰ্জ্জন কৰ্, আহৰণ কৰ্, আৰ্জ, পা, প্ৰাপ্ত হ, মিল্, লভ্, লাভ কৰ্, হাছিল কৰ্,
Bodo: खामाय, मोन, मोननाय,
Mising: pang,
Dimasa: labu, mai, maing,
Nepali: पाउनु, पूरा गर्नु, प्राप्त, भेटनु,
Related Ideas:
a. Abstract Noun: obtainment, প্ৰাপ্তি, नाजावनायb. Abstract Noun: accomplishment, achievement, attainment, success, উত্তীৰ্ণতা
c. Proper Adj.-Common: due, পাওনা, পাবলগীয়া, প্ৰাপ্য, লভ্য
2. (Verb-Trans.) to obtain money by means of one's livelihood
নিজৰ জীৱিকাৰ জৰিয়তে ধন গোটা
নিজৰ জীৱিকাৰ জৰিয়তে ধন গোটা
Assamese: আয় কৰ্, আৰ্জ, আৰ্জন কৰ্, উপাৰ্জন কৰ্, কমা, ঘট্,
Dimasa: bojai, kamai,
Tai: হম্ ঙুন্,
Deori: গতিবা,
Related Ideas:
a. Abstract Noun: earnings, income, আয়, আৰ্জন, উপাৰ্জন
3. (Verb-Intran.) to be able to earn one`s own livelihood
নিজে উপাৰ্জ্জন কৰিব বা জীৱিকা আৰ্জিব পৰা হ
নিজে উপাৰ্জ্জন কৰিব বা জীৱিকা আৰ্জিব পৰা হ