logophobiaLohri

loh (Khasi)
Contributed by: Phrangkupar Myrboh on 2009-08-14
1. Anatomy(Material Noun-Neuter) The male reproductive organ of mammals and some reptiles and birds. In mammals, the penis contains the urethra, which carries urine from the bladder and releases sperm during reproduction. মানুহকে আদি কৰি স্তন্যপায়ী প্ৰাণীসমূহ, কিছুমান চৰাই আৰু সৰিসৃপৰ মতাটোৰ জননাংগ ৷ স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত পুৰুষাংগটোৱে মূত্ৰস্থলীৰ পৰা মূত্ৰনলীৰ সহায়ত মূত্ৰ নিষ্কাশন কৰে আৰু প্ৰজননৰ সময়ত শুক্ৰবীজ কঢ়িয়াই আনে ৷

loh (Karbi)
Contributed by: jor teron on 2011-10-02
2. (Material Noun-Neuter) a substance made from wood pulp, rags, straw, or other fibrous material, usually in thin sheets, used to bear writing or printing, for wrapping things, etc. কাঠৰ মন্দ, পেলনীয়া বস্তু, খেৰ বা অন্য আঁহযুক্ত বস্তুৰ পৰা (কাপোৰৰ দৰে) অতি পাতল ফলক হিচাপে তৈয়াৰী এক বস্তু, যাক লিখা, ছপা কৰা, বস্তু মেৰিওৱা আদিত ব্যৱহাৰ কৰা হয় ৷